মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »NAGAON : নগাঁৱত ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি দৃষ্টিহীন কিশোৰী, ৰাইজৰ উত্তম-মধ্যম

NAGAON : নগাঁৱত ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি দৃষ্টিহীন কিশোৰী, ৰাইজৰ উত্তম-মধ্যম

প্ৰতীকী ফটো

জামালুদ্দিনে আৰক্ষীৰ সন্মুখত এই কুকৰ্মৰ বিষয়ে স্বীকাৰ কৰে

  • Share this:
নগাঁৱত সংঘটিত হৈছে জঘন্য কাণ্ড। ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈছে বিশেষভাৱে সক্ষম এগৰাকী কিশোৰী।

নগাঁৱত দৃষ্টিহীন কিশোৰীগৰাকীক ধৰ্ষণৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে ৬০ বছৰীয়া জামালুদ্দিন নামৰ লোকজনক।

ঘটনাৰ বিষয়ে জানিব পাৰি ৰাইজে প্ৰথমে উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিলে নৰপিশাচ জামালুদ্দিনক।

জামালুদ্দিনে আৰক্ষীৰ সন্মুখত এই কুকৰ্মৰ বিষয়ে স্বীকাৰ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

শেহতীয়া বাতৰি