মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»অভয়াপুৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চূপাৰি ৷ অমিত হৰললকাৰ গুদামত ৯২ টন বাৰ্মিজ চুপাৰি জব্দ ৷

অভয়াপুৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চূপাৰি ৷ অমিত হৰললকাৰ গুদামত ৯২ টন বাৰ্মিজ চুপাৰি জব্দ ৷

News18 Assam | News18-Assam
Updated:June 1, 2021, 12:44 PM IST
অভয়াপুৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চূপাৰি ৷ অমিত হৰললকাৰ গুদামত ৯২ টন বাৰ্মিজ চুপাৰি জব্দ ৷
দণ্ডাধীশৰ উপস্থিতিত ছীল কৰা হয় গুডাম  ঘৰটো ৷ চুপাৰিৰ নমুনা সংগ্ৰহ কৰি সীমা শুল্ক বিভাগলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ

দণ্ডাধীশৰ উপস্থিতিত ছীল কৰা হয় গুডাম  ঘৰটো ৷ চুপাৰিৰ নমুনা সংগ্ৰহ কৰি সীমা শুল্ক বিভাগলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ

  • Share this:


অভয়াপুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সন্দেহজনক বাৰ্মিজ চূপাৰি৷ অভয়াপুৰীৰ চৌটাকীস্থিত অমিত হৰললকাৰ নামৰ ব্যৱসায়ী এজনৰ  গুদামত  অভিযান চলাই  জব্দ কৰে প্ৰায় ৯২ টন সন্দেহজনক বাৰ্মিজ চুপাৰি ৷

কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত ছীল কৰা হয় গুডাম  ঘৰটো ৷ ইতিমধ্যে গুদামটোৰ পৰা  চুপাৰিৰ নমুনা সংগ্ৰহ কৰি সীমা শুল্ক বিভাগলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ এই বৃহৎ পৰিমাণৰ চুপাৰি উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

উল্লেখ্য যে বঙাইগাঁৱৰ বিভিন্ন স্থানত বিগত কেইদিনত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুপাৰি জব্দ কৰিবলৈ সক্ষম হৈছে।
Published by: Manjumoni Borah
First published: June 1, 2021, 12:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি