• Home
  • »
  • News
  • »
  • crime
  • »
  • Drugs, Crime : মহানগৰীত সক্ৰিয় ড্ৰাগছ সৰবহাৰকাৰী। চানমাৰি, পল্টন বজাৰত আটক ৩ পেডলাৰ ৷

Drugs, Crime : মহানগৰীত সক্ৰিয় ড্ৰাগছ সৰবহাৰকাৰী। চানমাৰি, পল্টন বজাৰত আটক ৩ পেডলাৰ ৷

২৩টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ,দুটা মোবাইল ফোন আৰু নগদ ধন জব্দ। চানু বেগমৰ পৰা জব্দ প্ৰায় ৭০ হাজাৰ টকাৰ ড্ৰাগছ।

  • Share this:
গুৱাহাটী মহানগৰীত ড্ৰাগছ সৰবহাৰকাৰী বিৰুদ্ধে আৰক্ষীৰ অভিযান।  চানমাৰি আৰু পল্টন বজাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তিনিটা অভিযানত জব্দ কেইবা লাখ টকাৰ ড্ৰাগছ।

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে পল্টন বজাৰত গ্ৰেপ্তাৰ কৰে বিশাল সুত্ৰধৰ আৰু অনিল সাহানি নামৰ দুজন লোকক। দুয়োৰে পৰা জব্দ কৰা হৈছে ২৩টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, ২টা মোবাইল ফোন আৰু নগদ ধন।

চান্দমাৰিতো চানু বেগম নামৰ এগৰাকী মহিলাৰ পৰা প্ৰায় ৭০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হয়।

শুকুৰবাৰেও চান্দমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুই ড্ৰাগছ সৰবৰাহকাৰী যুৱক। যুৱক দুজন গান্ধীবস্তিৰ চিণ্টু বৰুৱা আৰু বিপুল বৰুৱা। দুয়োৰে পৰা জব্দ কৰা হয় প্ৰায় ৩০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ।
Published by:Manjumoni Borah
First published: