• Home
  • »
  • News
  • »
  • crime
  • »
  • Cow Seized: বহিঃৰাজ্যৰ পৰা অব্যাহত আছে গৰুৰ চোৰাং বেহা। হাইলাকান্দিত আৰক্ষীৰ অভিযানত জব্দ কেইবাটাও চোৰাং গৰু

Cow Seized: বহিঃৰাজ্যৰ পৰা অব্যাহত আছে গৰুৰ চোৰাং বেহা। হাইলাকান্দিত আৰক্ষীৰ অভিযানত জব্দ কেইবাটাও চোৰাং গৰু

প্ৰতিবেশী ৰাজ্য মিজোৰামৰ পৰা এই গৰুকেইটা অবৈধভাবে হাইলাকান্দিলৈ আমদানি কৰা হৈছিল।

প্ৰতিবেশী ৰাজ্য মিজোৰামৰ পৰা এই গৰুকেইটা অবৈধভাবে হাইলাকান্দিলৈ আমদানি কৰা হৈছিল।

প্ৰতিবেশী ৰাজ্য মিজোৰামৰ পৰা এই গৰুকেইটা অবৈধভাবে হাইলাকান্দিলৈ আমদানি কৰা হৈছিল।

  • Share this:
হাইলাকান্দিত আৰক্ষীৰ অভিযানত জব্দ ১১টা চোৰাং গৰু । জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গৰুকেইটা । মুঠ চাৰিখন বাহনৰ পৰা জব্দ কৰা হৈছে এই ১১টা গৰু। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৮টা সৰবৰাহকাৰী।

অসম আৰক্ষীৰ দক্ষিণ অসম প্ৰান্তৰ ডিআইজি কঙ্কন জ্যোতি শইকীয়াই জানিব দিয়া অনুসৰি, প্ৰতিবেশী ৰাজ্য মিজোৰামৰ পৰা এই গৰুকেইটা অবৈধভাবে হাইলাকান্দিলৈ আমদানি কৰা হৈছিল। কিন্তু ক'লৈ নিয়াৰ উদ্দেশ্যে এই গৰুকেইটা হাইলাকান্দিলৈ আমদানি কৰা হৈছিল এই সংক্ৰান্তত মন্তব্য কৰাৰ পৰা বিৰত থাকে ডিআইজি শইকীয়া ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি