News18 AssamNews18 Assam
|
News18-Assam Updated:March 22, 2020, 11:44 AM IST
ইণ্ডিগ’ বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ আহিছিল দুয়োগৰাকী যাত্ৰী।
ইণ্ডিগ’ বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ আহিছিল দুয়োগৰাকী যাত্ৰী।
কোৰোণা ভাইৰাছৰ সন্দেহত পুনৰ বৰঝাৰ বিমানবন্দৰৰ পৰা দুজন যাত্ৰীক GMCHলৈ প্ৰেৰণ কৰা হৈছে। ইণ্ডিগ’ বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ আহিছিল দুয়োগৰাকী যাত্ৰী। বিমানবন্দৰত স্ক্ৰিণিঙত লোক দুজনৰ দেহত কোৰোণা ভাইৰাছ থকাৰ সন্দেহ কৰা হয়। দুয়োকে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
Published by:
Sanjay Kumar Das
First published:
March 22, 2020, 11:44 AM IST