কোৰোণা ভাইৰাছৰ সন্দেহ : বৰঝাৰ বিমানবন্দৰ পৰা দুজনক GMCHলৈ প্ৰেৰণ

News18 Assam | News18-Assam
Updated:March 22, 2020, 11:44 AM IST
কোৰোণা ভাইৰাছৰ সন্দেহ : বৰঝাৰ বিমানবন্দৰ পৰা দুজনক GMCHলৈ প্ৰেৰণ
Source-Google

ইণ্ডিগ’ বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ আহিছিল দুয়োগৰাকী যাত্ৰী।

  • Share this:
কোৰোণা ভাইৰাছৰ সন্দেহত পুনৰ বৰঝাৰ বিমানবন্দৰৰ পৰা দুজন যাত্ৰীক GMCHলৈ প্ৰেৰণ কৰা হৈছে। ইণ্ডিগ’ বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ আহিছিল দুয়োগৰাকী যাত্ৰী। বিমানবন্দৰত স্ক্ৰিণিঙত লোক দুজনৰ দেহত কোৰোণা ভাইৰাছ থকাৰ সন্দেহ কৰা হয়। দুয়োকে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি