‘চিৰ বিদায় বন্ধু’– অন্তিম সময়ত দুগৰাকী কৰোণা ভাইৰাছত আক্ৰান্ত বৃদ্ধৰ আৰ্তনাদ, Video ভাইৰেল

News18 Assam | News18-Assam
Updated:February 6, 2020, 4:26 PM IST
‘চিৰ বিদায় বন্ধু’– অন্তিম সময়ত দুগৰাকী কৰোণা ভাইৰাছত আক্ৰান্ত বৃদ্ধৰ আৰ্তনাদ, Video ভাইৰেল
ভাইৰেল হৈছে এক কৰুণ ভিডিঅ’

ভাইৰেল হৈছে এক কৰুণ ভিডিঅ’

  • Share this:
এক কৰুণ দৃশ্য। কৰোণা ভাইৰাছে চীনত লৈছে তীব্ৰ ৰূপ। ইতিমধ্যে কৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৩৬০ জনৰো অধিক লোক। সেই সময়তে ভাইৰেল হৈছে এক বিশেষ ভিডিঅ’।

হস্পাতালৰ বিচনাত ওচৰা ওচৰিকৈ শুইছে দুগৰাকী বৃদ্ধ। দুয়োজনেই কৰোণাত আক্ৰান্ত। দুয়ো হাতে হাত ধৰি ইজনে আনজনক দিছে সাহস। হাতে হাত ধৰি কৈছে, ‘চিৰ বিদায় বন্ধু।’

চাওক ভিডিঅ’

Published by: Himangshu Bhuyan
First published: February 6, 2020, 4:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading