உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • Covid vaccine: Covaxinৰ দিব পাৰে তৃতীয় পালি ! আৰম্ভ হ'বলৈ গৈ আছে Covaxin Booster Doseৰ Clinical trial...

    Covid vaccine: Covaxinৰ দিব পাৰে তৃতীয় পালি ! আৰম্ভ হ'বলৈ গৈ আছে Covaxin Booster Doseৰ Clinical trial...

    ইণ্ডিয়া বায়োটেক(India biotech), আইচিএমআৰ(ICMR) আৰু এনআইভি(NIV)ৰ সহযোগত বিকশিত এণ্টি-কৰোনা ভেকছিন কোভেক্সিন (Covaxin Booster Dose)ৰ বুষ্টাৰ পালিৰ পৰীক্ষণো আৰম্ভ হ'বলৈ সাজু হৈছে।

    • Share this:
    ইণ্ডিয়া বায়োটেক(India biotech), আইচিএমআৰ(ICMR) আৰু এনআইভি(NIV)ৰ সহযোগত বিকশিত এণ্টি-কৰোনা ভেকছিন কোভেক্সিন (Covaxin Booster Dose)ৰ বুষ্টাৰ পালিৰ পৰীক্ষণো আৰম্ভ হ'বলৈ সাজু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ভেকছিনৰ তৃতীয় পালিৰ নিদানিক পৰীক্ষণ আৰম্ভ হ'ব। এই পৰীক্ষণৰ সময়ত দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণত অংশগ্ৰহণ কৰা কিছুমান স্বেচ্ছাসেৱকে বুষ্টাৰ পালি পাব। ৮১% এফিকেচিৰ কোভেক্সিনৰ বুষ্টাৰ পালি গ্ৰহণ কৰাসকলে ক'ৰোনা সংক্ৰমণ পৰিহাৰ কৰাৰ ক্ষেত্ৰত ই কিমান ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে চাব।

    ভেকছিন পৰীক্ষণৰ তৃতীয় পৰ্যায়ৰ ফলাফল মাৰ্চত প্ৰকাশ পাইছিল। তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ ফলাফলত ভেকছিনটো ৮১% লৈকে কাৰ্যকৰী হোৱা দেখা গৈছিল। ভাৰত বায়োটেকৰ দ্বাৰা দেশৰ ২৫,৮০০ জন লোকৰ ওপৰত পৰীক্ষণবোৰ অনুষ্ঠিত কৰা হৈছিল। যিবোৰ আইচিএমআৰৰ অংশগ্ৰহণত এতিয়ালৈকে আটাইতকৈ ডাঙৰ পৰীক্ষণ আছিল। কোভেক্সিন পৰীক্ষণ অনুসৰি, Covid-19ৰ দ্বাৰা সংক্ৰমিত নোহোৱা লোকসকলৰ ক্ষেত্ৰত ভেকছিনটো ৮১ শতাংশলৈকে কাৰ্যকৰী হোৱা দেখা গৈছিল।
    Published by:Kokil Sarma
    First published: