
ডিব্ৰুগড়ৰ যুৱক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ
ডিব্ৰুগড়ৰ যুৱক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ
ডিব্ৰুগড় পালেহি নেকি চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোণা ভাইৰাছ? ডিব্ৰুগড়ৰ যুৱক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ।৩ দিন পূৰ্বে মালয়েছিয়াৰ পৰা আহিছিল যুৱকজন। বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয় হস্পাতালত বিশেষ তত্বাবধানত চলিছে চিকিৎসা। আক্ৰান্ত যুৱকজনৰ ঘৰ ডিব্ৰুগড়ৰ শান্তিপাৰাত। যুৱকজনৰ দেহত ক’ৰোণা ভাইৰাছৰ কেইবাটাও লক্ষণ। ডিব্ৰুগড় জিলা উপাযুক্তই সদৰী কৰিছে এই তথ্য।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|