দেশত ক’ৰোণা ভাইৰাছৰ আতংক, ছচিয়েল মিডিয়াত অভিনেত্ৰী ছানী লিয়নীৰ বিশেষ ভিডিঅ’

News18 Assam | News18-Assam
Updated:March 23, 2020, 3:15 PM IST
দেশত ক’ৰোণা ভাইৰাছৰ আতংক, ছচিয়েল মিডিয়াত অভিনেত্ৰী ছানী লিয়নীৰ বিশেষ ভিডিঅ’
source-Google

সমগ্ৰ দেশতে এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। এতিয়ালৈকে দেশৰ ৪১৫ জনৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে

  • Share this:
সমগ্ৰ দেশতে এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। এতিয়ালৈকে দেশৰ ৪১৫ জনৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। আনকি মৃত্যু মুখত পৰিছে ৭জনকৈ ৰোগী। সকলোকে এতিয়া সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীয়ে নিজৰ অনুৰাগীসকললৈ আগবঢ়াইছে বিশেষ ভিডিঅ’। ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি অভিনেত্ৰীগৰাকীয়ে সকলোকে সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। নিজৰ ছচিয়েল মিডিয়াৰ ছাইটত ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা উল্লেখ কৰি অভিনেত্ৰীগৰাকীয়ে।










View this post on Instagram





Continue Social Distancing 😊 Stay safe !!! Don’t be stupid !!!! #jantacurfew Sunday March 22!!!! #fightcoronavirus💪


A post shared by Sunny Leone (@sunnyleone) on Mar 22, 2020 at 12:45am PDT



Published by: Himangshu Bhuyan
First published: March 23, 2020, 3:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি