দেশত ক’ৰোণা ভাইৰাছৰ আতংক, ছচিয়েল মিডিয়াত অভিনেত্ৰী ছানী লিয়নীৰ বিশেষ ভিডিঅ’

source-Google
সমগ্ৰ দেশতে এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। এতিয়ালৈকে দেশৰ ৪১৫ জনৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে
- News18 Assam
- Last Updated: March 23, 2020, 3:15 PM IST
বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীয়ে নিজৰ অনুৰাগীসকললৈ আগবঢ়াইছে বিশেষ ভিডিঅ’। ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি অভিনেত্ৰীগৰাকীয়ে সকলোকে সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। নিজৰ ছচিয়েল মিডিয়াৰ ছাইটত ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা উল্লেখ কৰি অভিনেত্ৰীগৰাকীয়ে।