অনুৰাগীক চেলফী নিদিয়ে ছানী লিয়নীয়ে,কাৰণ– কোৰোণা ভাইৰাচ

বিমানবন্দৰত ছানী লিয়নীক স্বামীৰ সৈতে দেখিবলৈ পোৱা গৈছিল। তেতিয়াই এজনী ছোৱালীয়ে ছানীৰ সৈতে চেলফী উঠিবলৈ আহিছিল।
বিমানবন্দৰত ছানী লিয়নীক স্বামীৰ সৈতে দেখিবলৈ পোৱা গৈছিল। তেতিয়াই এজনী ছোৱালীয়ে ছানীৰ সৈতে চেলফী উঠিবলৈ আহিছিল।
- News18 Assam
- Last Updated: January 29, 2020, 8:18 PM IST
ছানী লিয়নীয়ে সদায় নিজৰ অনুৰাগীসকলক ভাল ব্যৱহাৰ কৰে। কোনোবাই চেলফী উঠিবলৈ বিচাৰিলেও হতাশ নকৰে অভিনেত্ৰীগৰাকীয়ে। এইবাৰো বিমানবন্দৰত ছানী লিয়নীক দেখি চেলফী উঠিবলৈ আহে এগৰাকী যুৱতী। কিন্তু এটা বিশেষ বেমাৰৰ কাৰণে যুৱতীগৰাকীক চেলফী ল’বলৈ নিদিলে ছানী লিয়নীয়ে। আৰু সেই বেমাৰটোৰ নাম হ’ল ‘কোৰোণা ভাইৰাছ।’

Source-Google
View this post on Instagram