অনুৰাগীক চেলফী নিদিয়ে ছানী লিয়নীয়ে,কাৰণ– কোৰোণা ভাইৰাচ

News18 Assam | News18-Assam
Updated:January 29, 2020, 8:18 PM IST
অনুৰাগীক চেলফী নিদিয়ে ছানী লিয়নীয়ে,কাৰণ– কোৰোণা ভাইৰাচ
বিমানবন্দৰত ছানী লিয়নীক স্বামীৰ সৈতে দেখিবলৈ পোৱা গৈছিল। তেতিয়াই এজনী ছোৱালীয়ে ছানীৰ সৈতে চেলফী উঠিবলৈ আহিছিল।

বিমানবন্দৰত ছানী লিয়নীক স্বামীৰ সৈতে দেখিবলৈ পোৱা গৈছিল। তেতিয়াই এজনী ছোৱালীয়ে ছানীৰ সৈতে চেলফী উঠিবলৈ আহিছিল।

  • Share this:
বৰ্তমান ছবিৰ প্ৰযোজনাত ব্যস্ত অভিনেত্ৰী ছানী লিয়নী। বৰ্তমান স্বামী ডেনিয়েল ৱেবাৰৰ সৈতে ছবিৰ শ্বুটিঙত ব্যস্ত অভিনেত্ৰীগৰাকী। ছবিখনৰ শ্বুটিঙৰ বাবে ছানী লিয়নীয়ে ছবিখনৰ ইউনিটটোৰ সৈতে দেশৰ বাহিৰলৈ গৈছিল।

ছানী লিয়নীয়ে সদায় নিজৰ অনুৰাগীসকলক ভাল ব্যৱহাৰ কৰে। কোনোবাই চেলফী উঠিবলৈ বিচাৰিলেও হতাশ নকৰে অভিনেত্ৰীগৰাকীয়ে। এইবাৰো বিমানবন্দৰত ছানী লিয়নীক দেখি চেলফী উঠিবলৈ আহে এগৰাকী যুৱতী। কিন্তু এটা বিশেষ বেমাৰৰ কাৰণে যুৱতীগৰাকীক চেলফী ল’বলৈ নিদিলে ছানী লিয়নীয়ে। আৰু সেই বেমাৰটোৰ নাম হ’ল ‘কোৰোণা ভাইৰাছ।’

Source-Google


বুধবাৰে ছানী লিয়নীক স্বামীৰ সৈতে বিমানবন্দৰত দেখিবলৈ পোৱা গৈছিল। ছানীৰ হাতত আছিল মাস্ক। অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ সৈতে চেলফী উঠিবলৈ আহিছিল কিন্তু, অভিনেত্ৰীগৰাকীয়ে বাধা দিয়ে চেলফী উঠাত।









View this post on Instagram





#CoronaVirusAlert No Selfie Pls #SunnyLeone at the airport today #instalove #staysafe #wednesday #ManavManglani


A post shared by Manav Manglani (@manav.manglani) on Jan 28, 2020 at 11:30pm PST



Published by: Himangshu Bhuyan
First published: January 29, 2020, 8:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading