প্ৰব্ৰজনকাৰী শ্ৰমিকক অস্থায়ী আৱাস আৰু খাদ্যৰ যোগান ধৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ কেন্দ্ৰৰ

শনিবাৰে উত্তৰ প্ৰদেশ প্ৰশাসনে দিল্লীত কৰ্মৰত শ্ৰমিক সকলৰ কাৰণে বাছৰ যোগান ধৰাত বাছ আস্থানত অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছিল
শনিবাৰে উত্তৰ প্ৰদেশ প্ৰশাসনে দিল্লীত কৰ্মৰত শ্ৰমিক সকলৰ কাৰণে বাছৰ যোগান ধৰাত বাছ আস্থানত অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছিল
- News18 Assam
- Last Updated: March 29, 2020, 7:15 PM IST
শনিবাৰে উত্তৰ প্ৰদেশ প্ৰশাসনে দিল্লীত কৰ্মৰত শ্ৰমিক সকলৰ কাৰণে বাছৰ যোগান ধৰাত বাছ আস্থানত অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছিল ।
তেনে ঘটনাৰ পুনৰাবৃত্তি নঘটিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক কেতবোৰ বিশেষ নিৰ্দেশ প্ৰদান কৰিছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰদান কৰা নির্দেশ অনুসৰি প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু আন আন দৰিদ্ৰ লোকক ৰাজ্য চৰকাৰে অস্থায়ী বাসস্থান আৰু খাদ্য প্ৰদান কৰিব লাগিব ।
লগতে ব্যক্তিগত প্ৰতিষ্ঠানৰ মালিকে কৰ্মৰত শ্রমিক, কৰ্মচাৰীক নিৰ্ধাৰিত তাৰিখত এটকাও নকতাকৈ দৰমহা পৰিশোধ কৰিব লাগিব ।