• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • কোৰোণাতংকঃ উত্তৰ পূৱত দ্বিতীয়জন পজিটিভ, মিজোৰামৰ ৫০বছৰীয়া ব্যক্তি আক্ৰান্ত কোৰোণাত

কোৰোণাতংকঃ উত্তৰ পূৱত দ্বিতীয়জন পজিটিভ, মিজোৰামৰ ৫০বছৰীয়া ব্যক্তি আক্ৰান্ত কোৰোণাত

জিএমচিএইছত পৰীক্ষা।

জিএমচিএইছত পৰীক্ষা।

জিএমচিএইছত পৰীক্ষা।

  • Share this:
এটা দিনৰ ভিতৰত ওলাল উত্তৰ পূৱত দ্বিতীয়জন কোৰোণা ভাইৰাছ সংক্ৰমিত ব্যক্তি। মণিপুৰৰ ছাত্ৰীৰ পিছত এইবাৰ মিজোৰামৰ এজন ৫০বছৰীয়া ব্যক্তি কোৰোণা পজিটিভ ওলাইছে। ব্যক্তিজবে মধ্য প্ৰাচ্যৰ কাটাৰ, ড’হা, ইষ্টানবুল আৰু আমষ্ট্ৰাডামলৈ যোৱাৰ তথ্য পোৱা গৈছে। ব্যক্তিজনৰ নমুনা জিএমচিএইছত পৰীক্ষা কৰাওতে কোৰোণা পজিটিভ ওলায়।

চৰকাৰীভাৱে অৱশ্যে এতিয়াও একো নিশ্চিত ঘোষণা কৰা হোৱা নাই।
Published by:Tulika Devi
First published: