জিঅ’ই আনিছে ঘৰতে প্ৰাৰম্ভিক লক্ষণ জানিবলৈ COVID-19 diagnostic tool, এনেকৈ কৰিব পাৰে ব্যৱহাৰ

News18 Assam | News18-Assam
Updated:March 24, 2020, 11:49 AM IST
জিঅ’ই আনিছে ঘৰতে প্ৰাৰম্ভিক লক্ষণ জানিবলৈ COVID-19 diagnostic tool, এনেকৈ কৰিব পাৰে ব্যৱহাৰ
ৰিলায়েন্স জিঅ’ই গ্ৰাহকৰ কাৰণে আৰম্ভ কৰিলে MyJio Coronavirus Tool যি পোৱা যাব মাই জিঅ’ এপৰ ওচৰত Jio.com অফিচিলেয় ৱেবছাইটত। 

ৰিলায়েন্স জিঅ’ই গ্ৰাহকৰ কাৰণে আৰম্ভ কৰিলে MyJio Coronavirus Tool যি পোৱা যাব মাই জিঅ’ এপৰ ওচৰত Jio.com অফিচিলেয় ৱেবছাইটত। 

  • Share this:
মুম্বাইঃদেশত কোৰোণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি দৃষ্টি ৰাখি জিঅ’ই গ্ৰাহকৰ কাৰণে আৰম্ভ কৰিলে MyJio Coronavirus Tool ৷ এইটো পোৱা যাব মাই জিঅ’ এপৰ ওচৰত Jio.comৰ অফিচিয়েল ৱেৱছাইটত। বিভিন্ন চিৰিজৰ প্ৰশ্নোত্তৰ মাধ্যমত এই পৰীক্ষা সম্ভৱ। COVID-19-ৰ লক্ষণ বোৰ ধৰা পেলাবলৈ এতিয়া আৰু সহজ হ’ল। কেৱল জিঅ’ গ্ৰাহকসকলেই নহয় আনসকলেও এই COVID-19 diagnostic tool ব্যৱহাৰ কৰিব পাৰিব। মাইজিঅ’ ডাউনলোড কৰি এই চেলফ ডায়গনষ্টিক টুল ব্যৱহাৰৰ সুবিধা লাভ কৰিব। জিঅ’ৰ ফালৰ পৰা এইখিনি কথা জনোৱা হৈছে। বৰ্তমান কেৱল ইংৰাজী ভাষাত এই সুবিধা আছে। অতি সোনকালে হিন্দী তথা অন্যান্য আঞ্চলিক ভাষাত পোৱা যাব এই টুল।
আৰু চাওক
পৰৱৰ্তী বাতৰি