உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি দেশবাসীৰ, হাত–চাপৰি, ঘণ্টা বজাই জৰুৰীকালীন সেৱাত নিয়োজিত সকললৈ সন্মান প্ৰদৰ্শন

    প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি দেশবাসীৰ, হাত–চাপৰি, ঘণ্টা বজাই জৰুৰীকালীন সেৱাত নিয়োজিত সকললৈ সন্মান প্ৰদৰ্শন

    প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি দেশবাসীৰ

    প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি দেশবাসীৰ

    প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি দেশবাসীৰ

    • Share this:
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানলৈ সঁহাৰি দেশবাসীৰ। আজি আহ্বান কৰা জনতা কাৰ্ফিউৰ পিছত সন্ধিয়া পাঁচ বজাত ঘৰৰ দুৱাৰ মুখত, বেলকনিত বৰ্তমান জৰুৰী কালীন সেৱাত নিয়োজিত কৰ্মীসকলক সন্মান জনাবলৈ হাত–চাপৰি, ঘণ্টা, কাহি বজাবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানক সঁহাৰি জনাই অসমতো সকলোৱে এই কাম কৰা পৰিলক্ষিত হ’ল।

    গুৱাহাটী মহানগৰৰ লগতে অন্যান্য জিলাসমূহতো ঘৰৰ দুৱাৰমুখলৈ ওলাই আহি পুৰুষ, মহিলা সকলোৱে শংখ, কাহি, হাত চাপৰি, ঘণ্টা বজোৱা পৰিলক্ষিত হ’ল।
    Published by:Himangshu Bhuyan
    First published: