চেন্নাই এক্সপ্ৰেছেৰে কোৰোণা ভাইৰাছত আক্ৰান্ত চাৰিজন লোক অহাৰ তথ্য, মৰিয়নী ষ্টেচনত হাহাকাৰ

News18 Assam | News18-Assam
Updated:March 15, 2020, 1:49 PM IST
চেন্নাই এক্সপ্ৰেছেৰে কোৰোণা ভাইৰাছত আক্ৰান্ত চাৰিজন লোক অহাৰ তথ্য, মৰিয়নী ষ্টেচনত হাহাকাৰ
ফাইল ফটো

উজনিমুৱা চেন্নাই এক্সপেছখন মৰিয়নী ষ্টেচনৰ পৰা আঁতৰত ৰখোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰে’ল কৰ্তৃপক্ষই।

  • Share this:
মৰিয়নিত কোৰোণা ভাইৰাছৰ আতংক। মৰিয়নী ৰে’ল ষ্টেচন খালী কৰাৰ নিৰ্দেশ। চেন্নাই এক্সপেছযোগে কোৰোণা ভাইৰাছত আক্ৰান্ত চাৰিজন ৰোগী অহাৰ তথ্য প্ৰকাশ পোৱাৰ পিছতে ৰে’ল আৰক্ষীয়ে ষ্টেচনৰ পৰা আঁতৰাই পঠাইছে ৰে’ল যাত্ৰী আৰু সাধাৰণ ৰাইজক।

উজনিমুৱা চেন্নাই এক্সপেছখন মৰিয়নী ষ্টেচনৰ পৰা আঁতৰত ৰখোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰে’ল কৰ্তৃপক্ষই। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলে পৰীক্ষা কৰিব ৰে’ল যাত্ৰীসকলক।
Published by: Sanjay Kumar Das
First published: March 15, 2020, 1:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading