মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে দুগুণ হ’ল আক্ৰান্তৰ সংখ্যা, ভাৰতত ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হ’লগৈ ৩৪১

News18 Assam | News18-Assam
Updated:March 22, 2020, 1:56 PM IST
মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে দুগুণ হ’ল আক্ৰান্তৰ সংখ্যা, ভাৰতত ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হ’লগৈ ৩৪১
ষ্টেজ ৩ লৈ অগ্ৰসৰ হোৱাৰ দিশে ভাৰত

ষ্টেজ ৩ লৈ অগ্ৰসৰ হোৱাৰ দিশে ভাৰত

  • Share this:
ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আজি জনতা কাৰ্ফিউ। কিন্তু জনতা কাৰ্ফিউৰ দিনা ভাৰতবৰ্ষত ক’ৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বৃদ্ধি পাই হ’লগৈ ৩৪১। এদিনপূৰ্বে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ৩১৫। সেইদৰে আজিৰ পুৱাৰ ভাগত ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা আছিল ৩২৪ জন। কিন্তু এই সংখ্যা এতিয়া বৃদ্ধি পাই ৩৪১ হৈছেগৈ। বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ৰোণাত আক্ৰান্ত হৈছে ৯০জন লোক।

যদি ইউৰোপৰ দেশ ইটালী, স্পেইন আৰু জাৰ্মানীৰ সংখ্যালৈ মন কৰা যায় তেন্তে ভাৰতবৰ্ষ ইতিমধ্যে বিপদজনক সীমা আহি পাইছে।
Published by: Himangshu Bhuyan
First published: March 22, 2020, 1:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading