• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • লক ডাউনৰ সময়ত টকা উলিয়াব পাৰিবনে বেংকত? কি কি সুবিধা উপলব্ধ হ’ব বেংকত?

লক ডাউনৰ সময়ত টকা উলিয়াব পাৰিবনে বেংকত? কি কি সুবিধা উপলব্ধ হ’ব বেংকত?

বেংকত সকলো সুবিধা নাপাব গ্ৰাহকসকলে। কেৱল কিছু অত্যাৱশ্যকীয় সেৱাহে উপলব্ধ থাকিব বেংকত।

বেংকত সকলো সুবিধা নাপাব গ্ৰাহকসকলে। কেৱল কিছু অত্যাৱশ্যকীয় সেৱাহে উপলব্ধ থাকিব বেংকত।

বেংকত সকলো সুবিধা নাপাব গ্ৰাহকসকলে। কেৱল কিছু অত্যাৱশ্যকীয় সেৱাহে উপলব্ধ থাকিব বেংকত।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন কৰা হ’ল অসম। কিন্তু লকডাউনৰ সময়ত অব্যাহত থাকিব জৰুৰীকালীন সেৱাসমূহ। হাস্পতাল, এম্বুলেঞ্চ, পানী যোগান, বেংক, এ টি এম, পেট্ৰ’ল পাম্প আদি খোলা থাকিব। কিন্তু বেংকত সকলো সুবিধা নাপাব গ্ৰাহকসকলে। কেৱল কিছু অত্যাৱশ্যকীয় সেৱাহে উপলব্ধ থাকিব বেংকত। এই কথা জনাইছে ইণ্ডিয়ান বেংকছস এছ’চিয়েচনে।

ইণ্ডিয়ান বেংকছ এছ’চিয়েচনে জনোৱা অনুসৰি, ২৩ মাৰ্চৰ পৰা অনিৰ্দিষ্ট কাললৈ তলত দিয়া সুবিধাসমূহহে উপলব্ধ হ’ব বেংকত।
>> টকা জমা–উলিওৱা
>> চেক ট্ৰান্সফাৰ
>> NEFT/RTGS
>> GOVT BUSINESS

এইকেইটা অত্যাৱশ্যকীয় সেৱাৰ বাদে বাকী সকলো সেৱা বন্ধ থাকিব। অনলাইন বেংকিং সেৱা ২৪ ঘণ্টাই উপলব্ধ হ’ব।
Published by:Sanjay Kumar Das
First published: