উত্তৰ–পূৱত মৃত্যুদূত কোৰোণা ভাইৰাছ! ইম্ফলৰ মহিলাৰ দেহত কোৰোণা ভাইৰাছ

News18 Assam | News18-Assam
Updated:January 29, 2020, 5:29 PM IST
উত্তৰ–পূৱত মৃত্যুদূত কোৰোণা ভাইৰাছ! ইম্ফলৰ মহিলাৰ দেহত কোৰোণা ভাইৰাছ
চীনৰ য়ুহানাত এতিয়াও আৱদ্ধ হৈ আছে অসমৰ গৌৰৱ নাথ নামৰ এজন যুৱক

চীনৰ য়ুহানাত এতিয়াও আৱদ্ধ হৈ আছে অসমৰ গৌৰৱ নাথ নামৰ এজন যুৱক

  • Share this:
চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। চীনত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৬জনলৈ বৃদ্ধি পাইছে। এই ভয়ংকৰ ভাইৰাছত নতুনকৈ ১৩০০ লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে। ইয়াৰ মাজতে আহিছে এক ভয়ংকৰ খবৰ। মণিপুৰৰ ৰাজধানী ইম্ফলৰ এগৰাকী মহিলাৰ দেহত পোৱা গৈছে কোৰোণা ভাইৰাছ। ৩১ বছৰীয়া মহিলাগৰাকী দুদিন পূৰ্বে চীনৰ হংকঙ ভ্ৰমণৰ পৰা আহিছিল। ইফালে চীনৰ য়ুহানাত এতিয়াও আৱদ্ধ হৈ আছে অসমৰ গৌৰৱ নাথ নামৰ এজন যুৱক।
Published by: Himangshu Bhuyan
First published: January 29, 2020, 5:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading