
ঘোষণা কৰিলে জাপানৰ প্ৰধানমন্ত্ৰী ছিনজ আবে’ই
ঘোষণা কৰিলে জাপানৰ প্ৰধানমন্ত্ৰী ছিনজ আবে’ই
সমগ্ৰ বিশ্বতে এতিয়া ক’ৰোণা ভাইৰাছৰ ত্ৰাস। ক’ৰোনা ভাইৰাছৰ বাবে স্থগিত ঘোষণা কৰা হ’ল টকিঅ’ অলিম্পিক।ঘোষণা কৰিলে জাপানৰ প্ৰধানমন্ত্ৰী ছিনজ আবে’ই। ২০২১ লৈ পিছুৱাই দিয়া হ’ল টকিঅ’ অলিম্পিক। এবছৰৰ বাবে স্থগিত বিশ্ব ক্ৰীড়াৰ সৰ্ববৃহৎ মহাসমৰ।
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ বৈঠকত লোৱা হয় এই সিদ্ধান্ত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|