ক’ৰোণাতংকঃ এইবাৰ ৰঙালী বিহু সন্মিলনত নাথাকিব সাংস্কৃতিক অনুষ্ঠান

News18 Assam | News18-Assam
Updated:March 21, 2020, 8:47 AM IST
ক’ৰোণাতংকঃ এইবাৰ ৰঙালী বিহু সন্মিলনত নাথাকিব সাংস্কৃতিক অনুষ্ঠান
সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক।

সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক।

  • Share this:
মহামাৰী ক’ৰোণা ভাইৰাছে এতিয়া সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। ভাৰতবৰ্ষতো এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। অসমতো এতিয়া ক’ৰোণা ভাইৰাছৰ লৈ ব্যাপক সতৰ্কতা অৱলম্বন কৰা হৈছে। এইবাৰ ৰঙালী বিহুৰ মঞ্চত নাথাকিব কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান। গুৱাহাটীৰ প্ৰায় ২৫ খন বিহু সন্মিলনীয়ে সমূহীয়াভাবে গ্ৰহণ কৰে এই সিদ্ধান্ত। কেৱল পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনৰ কাৰ্যসূচীৰে সামৰিব কাৰ্যসূচী। অসমৰ প্ৰতিখন বিহু সমিতিলৈ বিহুৰ কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লোৱাৰ আহ্বান গুৱাহাটী মহানগৰৰ ২৫ খন বিহু সন্মিলনীৰ।
Published by: Himangshu Bhuyan
First published: March 21, 2020, 8:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading