মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Lock down in Raha : ৰহাত ভয়াৱহ হৈ পৰিছে কোভিড পৰিস্থিতি। পুনৰ ৫ দিনৰ বাবে ৰহা বজাৰৰ লকডাউন ঘোষণা নগাঁও প্ৰশাসনৰ।

Lock down in Raha : ৰহাত ভয়াৱহ হৈ পৰিছে কোভিড পৰিস্থিতি। পুনৰ ৫ দিনৰ বাবে ৰহা বজাৰৰ লকডাউন ঘোষণা নগাঁও প্ৰশাসনৰ।

News18 Assam | News18-Assam
Updated:July 11, 2021, 11:53 AM IST
Lock down in Raha : ৰহাত ভয়াৱহ হৈ পৰিছে কোভিড পৰিস্থিতি। পুনৰ ৫ দিনৰ বাবে ৰহা বজাৰৰ লকডাউন ঘোষণা নগাঁও প্ৰশাসনৰ।
 অত্যাবশ্যকীয় সামগ্ৰীৰ দোকান খোলা থাকিব যদিও মানি চলিব লাগিব সম্পূৰ্ণ কোভিড বিধি।

 অত্যাবশ্যকীয় সামগ্ৰীৰ দোকান খোলা থাকিব যদিও মানি চলিব লাগিব সম্পূৰ্ণ কোভিড বিধি।

  • Share this:
কোভিডৰ দ্ৰুত সংক্ৰমনৰ বাবে দেওবাৰৰ পৰা আৰু পাঁচ দিনলৈ ৰহা বজাৰ পুনৰ বন্ধ ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে।কোভিড ১৯ ৰ সংক্ৰমণ হ্ৰাস কৰা উদ্দেশ্যে দিয়া বন্ধৰ সময়ছোৱাত অৱশ্যে ফাৰ্মাচী, গেলামালৰ দোকান আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান খোলা থাকিব।

অত্যাবশ্যকীয় সামগ্ৰীৰ দোকান যদিও খোলা থাকিব মানি চলিব লাগিব সম্পূৰ্ণ কোভিড বিধি। উল্লেখ্য যোৱা সপ্তাহত ৰহাত কৰোনাৰ সংক্ৰমণ হ্ৰাস পাইছিল যদিও এই সপ্তাহত পুনৰ দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে কোৰোণাৰ সংক্ৰমণ।মূলত: ৰহা বজাৰৰ পৰা  সংক্ৰমণ ঘটাৰ আশংকা কৰি জিলা প্ৰশাসনে দেওবাৰৰ পৰা অহা পাঁচ দিনলৈ ৰহা বজাৰ বন্ধ ঘোষণা কৰিছে।
Published by: Manjumoni Borah
First published: July 11, 2021, 11:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি