মহাৰাষ্ট্ৰত কৰোনা বিস্ফোৰণ, ২৪ ঘণ্টাত ৫৭,০৭৪ জন আক্ৰান্ত, ২২২ জন লোকৰ মৃত্যু

News18 Assam | News18-Assam
Updated:April 4, 2021, 10:45 PM IST
মহাৰাষ্ট্ৰত কৰোনা বিস্ফোৰণ, ২৪ ঘণ্টাত ৫৭,০৭৪ জন আক্ৰান্ত, ২২২ জন লোকৰ মৃত্যু
মহাৰাষ্ট্ৰত কৰোনা বিস্ফোৰণ, ২৪ ঘণ্টাত ৫৭,০৭৪ জন আক্ৰান্ত, ২২২ জন লোকৰ মৃত্যু।

মহাৰাষ্ট্ৰত কৰোনা বিস্ফোৰণ, ২৪ ঘণ্টাত ৫৭,০৭৪ জন আক্ৰান্ত, ২২২ জন লোকৰ মৃত্যু।

  • Share this:
মহাৰাষ্ট্ৰত কৰোনা ভাইৰাছ সংক্ৰমণৰ অৱস্থা দিনে দিনে উদ্বেগজনক হৈ পৰিছে। কোভিদ-১৯lত ৫৭,০৭৪ তকৈও অধিক নতুন আক্ৰান্তৰ ঘটনা দেওবাৰে পোহৰলৈ আহিছে, যিটো এতিয়ালৈকে সৰ্বাধিক। ৰাজ্যত সংক্ৰমণৰ মুঠ সংখ্যা ৩০ লাখ ১০ হাজাৰ ৫৯৭লৈ বৃদ্ধি কৰিছে। আনহাতে ২২২ জন ৰোগীৰ মৃত্যু হৈছে আৰু মৃত্যুৰ সংখ্যা ৫৫,৮৭৮ লৈ বৃদ্ধি পাইছে। অৱশ্যে, দেওবাৰে কৰোনাত আক্ৰান্ত ২৭,৫০৮ জন লোক আৰোগ্য হৈছে।

বেছিভাগ ঘটনা ৰাজধানী মুম্বাইত লিপিবদ্ধ কৰা হৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত মুম্বাইত ১১,১৬৩জন নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে । একে সময়তে, আনহাতে ৫২৬৩ জন লোক আৰোগ্য হৈছে, ২৫ জন লোকৰ মৃত্যু হৈছে।
Published by: Kokil Sarma
First published: April 4, 2021, 10:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি