মহাৰাষ্ট্ৰত কৰোনা বিস্ফোৰণ, ২৪ ঘণ্টাত ৫৭,০৭৪ জন আক্ৰান্ত, ২২২ জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰত কৰোনা বিস্ফোৰণ, ২৪ ঘণ্টাত ৫৭,০৭৪ জন আক্ৰান্ত, ২২২ জন লোকৰ মৃত্যু।
মহাৰাষ্ট্ৰত কৰোনা বিস্ফোৰণ, ২৪ ঘণ্টাত ৫৭,০৭৪ জন আক্ৰান্ত, ২২২ জন লোকৰ মৃত্যু।
- News18 Assam
- Last Updated: April 4, 2021, 10:45 PM IST
বেছিভাগ ঘটনা ৰাজধানী মুম্বাইত লিপিবদ্ধ কৰা হৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত মুম্বাইত ১১,১৬৩জন নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে । একে সময়তে, আনহাতে ৫২৬৩ জন লোক আৰোগ্য হৈছে, ২৫ জন লোকৰ মৃত্যু হৈছে।