உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • Corona India Update : ভাৰতত দৈনিক হ্ৰাস পাইছে কোৰণাত আক্ৰান্তৰ সংখ্যা। ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ১ লাখ ৩৪ হাজাৰ জন।

    Corona India Update : ভাৰতত দৈনিক হ্ৰাস পাইছে কোৰণাত আক্ৰান্তৰ সংখ্যা। ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ১ লাখ ৩৪ হাজাৰ জন।

    ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৮৮৭ জনৰ। 

    ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৮৮৭ জনৰ। 

    ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৮৮৭ জনৰ। 

    • Share this:
    ভাৰতত প্ৰতিদিনে হ্ৰাস পাব ধৰিছে কোৰণাত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ১ লাখ ৩৪ হাজাৰ জন লোক। লাহে লাহে কোৰোণাত মৃত্যুৰ সংখ্যাও হ্ৰাস পাব ধৰিছে। এই ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৮৮৭ জনৰ।

    যোৱা ২৪ ঘণ্টাত কোৰোণাৰ পৰা আৰোগ্য হৈছে ২ লাখ ১১ হাজাৰ ৪৯ গৰাকী লোক।

    দৈনিক পজিটিভিটী হাৰ হ্ৰাস পাইছে ৬.২১ শতাংশলৈ। পজিটিভিটী হাৰ যোৱা ১০ দিন ধৰি ১০ শতাংশৰ তলত আছে।

    উল্লেখ্য যে এই পৰ্যন্ত দেশৰ  ২২ কোটি ১০ লাখ লোকক কোৰোণাৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। কিন্তু দৈনিক ভেকচিন প্ৰদানৰ সংখ্যা ২২ লাখলৈ কমিছে ।
    Published by:Manjumoni Borah
    First published: