#Coronavirus in India: ভাৰতত আক্ৰান্তৰ সংখ্যা ৪৬ লৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:March 10, 2020, 5:12 PM IST
#Coronavirus in India: ভাৰতত আক্ৰান্তৰ সংখ্যা ৪৬ লৈ বৃদ্ধি
মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীয়ে জনাইছে যে,এই দম্পত্তিটোৱে চলিত মাহতে ডুবাই ভ্ৰমণৰ পৰা উভতি আহিছিল

মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীয়ে জনাইছে যে,এই দম্পত্তিটোৱে চলিত মাহতে ডুবাই ভ্ৰমণৰ পৰা উভতি আহিছিল

  • Share this:
ভাৰতত এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। কেইদিনমান পূৰ্বে ডুবাই ভ্ৰমণৰ পৰা ঘূৰি অহা পুনেৰ এটা দম্পত্তিৰ দেহত পোৱা গৈছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি।

ভাৰতত এতিয়া ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান নতুনকৈ চিনাক্ত হোৱা দুয়োগৰাকী ক’ৰোণাত আক্ৰান্ত ৰোগীকে আইচ’লেটেড কক্ষত ৰখা হৈছে।
Published by: Himangshu Bhuyan
First published: March 10, 2020, 5:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading