Breaking News: বহিঃৰাজ্যৰ যাত্ৰীক বিমানত উঠাৰ পূৰ্বেই Covid Test কৰাৰ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বহিঃৰাজ্যৰ যাত্ৰীক বিমানত উঠাৰ পূৰ্বেই Covid Test কৰাৰ আহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট।
বহিঃৰাজ্যৰ যাত্ৰীক বিমানত উঠাৰ পূৰ্বেই Covid Test কৰাৰ আহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট।
- News18 Assam
- Last Updated: April 22, 2021, 11:43 AM IST
বুধবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত কেৱল ৰেপিড এণ্টিজেন টেষ্টত ৬২ গৰাকী যাত্ৰী Covidত আক্ৰান্ত হোৱাৰ পিছতে এই আহ্বান মন্ত্ৰীগৰাকীৰ।RTPCRত এই সংখ্যা বৃদ্ধি পাব বুলিও আশংকা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। সেয়ে যাত্ৰীসকলক বিমানত উঠাৰ পূৰ্বেই ক'ৰোনা পৰীক্ষা কৰি অহাৰ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। লগতে ক'ভিডৰ সকলো নীতি-নিয়ম মানি চলিবলৈও অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে।













