উত্তৰ–পূবত কোৰোণাত আক্ৰান্তৰ প্ৰথমটো ঘটনা, প্ৰাৰম্ভিক টেষ্টত যুৱতীৰ দেহত ধৰা পৰিল Covid19!

News18 Assam | News18-Assam
Updated:March 24, 2020, 1:42 PM IST
উত্তৰ–পূবত কোৰোণাত আক্ৰান্তৰ প্ৰথমটো ঘটনা, প্ৰাৰম্ভিক টেষ্টত যুৱতীৰ দেহত ধৰা পৰিল Covid19!
প্ৰথম টেষ্টত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছত দ্বিতীয় টেষ্টৰ বাবে পুনেলৈ প্ৰেৰণ কৰা হৈছে নমুনা।

প্ৰথম টেষ্টত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছত দ্বিতীয় টেষ্টৰ বাবে পুনেলৈ প্ৰেৰণ কৰা হৈছে নমুনা।

  • Share this:
উত্তৰ–পূবত কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা প্ৰথমটো ঘটনা পোহৰলৈ আহিছে। মণিপুৰত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ। প্ৰাৰম্ভিক টেষ্টত যুৱতীগৰাকীৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি। ১৯ মাৰ্চত ইংলেণ্ডৰ পৰা কলকাতা হৈ উভতি আহিছিল যুৱতীগৰাকী। ইম্ফলত স্বাস্থ্য পৰীক্ষাত ধৰা পৰে কোৰোণা ভাইৰাছৰ অৱস্থিতিৰ কথা। প্ৰথম টেষ্টত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছত দ্বিতীয় টেষ্টৰ বাবে পুনেলৈ প্ৰেৰণ কৰা হৈছে নমুনা।

Published by: Sanjay Kumar Das
First published: March 24, 2020, 10:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading