No Kiss! চুম্বনৰ ফলত বিয়পিব পাৰে ক’ৰোণা ভাইৰাছ! জাৰি কৰা হ’ল নিষেধাজ্ঞা

News18 Assam | News18-Assam
Updated:March 2, 2020, 7:39 PM IST
No Kiss! চুম্বনৰ ফলত বিয়পিব পাৰে ক’ৰোণা ভাইৰাছ! জাৰি কৰা হ’ল নিষেধাজ্ঞা
চুম্বন কৰিলেও বিপদ!

চুম্বন কৰিলেও বিপদ!

  • Share this:
সমগ্ৰ বিশ্বতে এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। তাৰ মাজতে এখন দেশত চুমা খোৱাত নিষেধাজ্ঞা আৰূপ কৰা হৈছে। ছুইজাৰলেণ্ডত সাধাৰণতে চুম্বন কৰি অভিবাদন জনায়। কিন্তু ক’ৰোণা ভাইৰাছ আতংকত এতিয়া দেশখনত চুম্বন কৰাত নিষেধাজ্ঞা আৰূপ কৰিছে দেশখনৰ প্ৰশাসনে। এই সম্পৰ্কত দেওবাৰে জাৰি কৰে জাননী।

উল্লেখযোগ্য যে, বৰ্তমান বিশ্বৰ ৬০খন দেশলৈ বিয়পিছে ক’ৰোণা ভাইৰাছ। বিশ্বজুৰি হাই এলাৰ্ট জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। তাৰ মাজতে ছুইজাৰলেণ্ড চৰকাৰৰ এই বিশেষ সিদ্ধান্তই এতিয়া লাভ কৰিছে বিশেষ চৰ্চা।
First published: March 2, 2020, 7:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading