ক’ৰোণাতংকঃ কাইলৈৰ পৰা বন্ধ বাতৰি কাকত বিতৰণ

News18 Assam | News18-Assam
Updated:March 23, 2020, 1:51 PM IST
ক’ৰোণাতংকঃ কাইলৈৰ পৰা বন্ধ বাতৰি কাকত বিতৰণ
৩১ মাৰ্চ পৰ্যন্ত গুৱাহাটী মহানগৰত বন্ধ বাতৰি কাকত বিতৰণ

৩১ মাৰ্চ পৰ্যন্ত গুৱাহাটী মহানগৰত বন্ধ বাতৰি কাকত বিতৰণ

  • Share this:
ক’ৰোণা ভাইৰাছৰ আতংকলৈ লক্ষ্য ৰাখি কাইলৈৰ পৰা গুৱাহাটী মহানগৰীত বন্ধ কৰা হৈছে বাতৰিকাকত বিতৰণ। অহা ৩১ মাৰ্চ পৰ্যন্ত বাতৰি কাকত বিতৰণ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্ত গ্ৰহণ কৰিছে বাতৰি কাকত হোকাৰ সকলে। ইফালে কাইলৈৰ পৰা পাঁচ দিনৰ কাৰণে অসম সম্পূৰ্ণ ৰূপে ল’ক ডাউন হোৱাৰ সম্ভাৱনা। এই সন্দৰ্ভত আজি বিয়লি সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি