• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covid-19 in Assam: ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত Covidত আক্ৰান্ত ২১ জন ...

Covid-19 in Assam: ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত Covidত আক্ৰান্ত ২১ জন ...

বুধবাৰে ৰাজ্যৰ ২১ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি। দিনটোৰ Positivity Rate হৈছে ২.৮৯ শতাংশ।

  • Share this:
ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে Covid-19ত আক্ৰান্তৰ সংখ্যা। বুধবাৰে ৰাজ্যৰ ২১ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি। দিনটোৰ Positivity Rate হৈছে ২.৮৯ শতাংশ।

বুধবাৰে আক্ৰান্তসকলৰ সৰ্বাধিক ১১জন হৈছে কামৰূপ মহানগৰ জিলাৰ। কামৰূপ জিলাৰ ৭ জন, বঙাইগাঁও জিলাৰ দুজন আৰু নগাঁৱৰ এজন লোকৰ দেহত ধৰা পৰে এই ভাইৰাছ। বিগত ২৪ ঘণ্টাত মুঠ ৭২৬ জন লোকে ক'ভিড পৰীক্ষা কৰিছিল।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি