உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • COVID-19 in India: প্ৰথমবাৰৰ বাবে দেশত ২৪ ঘণ্টাত সুস্থ হ'ল ৩লাখৰো অধিক লোক, আক্ৰান্ত ৩.৯২লাখ

    COVID-19 in India: প্ৰথমবাৰৰ বাবে দেশত ২৪ ঘণ্টাত সুস্থ হ'ল ৩লাখৰো অধিক লোক, আক্ৰান্ত ৩.৯২লাখ

    শনিবাৰে, ৩ লাখ ৮ হাজাৰ ৫২২ জন লোক সুস্থ হৈ ঘৰলৈ উভতি আহে। দেশখনে যোৱা ২৪ ঘণ্টাত ৩ লাখ ৯২ হাজাৰ ৪৫৯ জন নতুন ৰোগীৰ খবৰ দিছে।

    • Share this:
    দেশখনত ক'ৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যাই এতিয়া এক ভয়ংকৰ ৰূপ লৈছে। যোৱা ১০ দিন ধৰি একেৰাহে ৩ লাখৰো অধিক আক্ৰান্তৰ ঘটনা হৈছে। বিগত ২৪ ঘণ্টাত প্ৰথম বাৰৰ বাবে যে আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৩ লাখ অতিক্ৰম কৰিছে। শনিবাৰে, ৩ লাখ ৮ হাজাৰ ৫২২ জন লোক সুস্থ হৈ ঘৰলৈ উভতি আহে। ক'ৰোনাই শুক্ৰবাৰৰ পৰা কিছু সকাহ দিছে। দেশখনে যোৱা ২৪ ঘণ্টাত ৩ লাখ ৯২ হাজাৰ ৪৫৯ জন নতুন ৰোগীৰ খবৰ দিছে। এই সময়ছোৱাত, ৩,৬৮৪ জন লোকে প্ৰাণ হেৰুৱাইছিল।

    ইয়াৰ আগতে শুক্ৰবাৰে কৰোনা ৰোগীৰ সংখ্যাই সকলো ৰেকৰ্ড ভংগ কৰি পৃথিৱীৰ যিকোনো দেশত এদিনত পোৱা সৰ্বাধিক সংখ্যক সংক্ৰমিত লোকৰ সংখ্যা অতিক্ৰম কৰিছিল। যোৱা 24 ঘণ্টাত, সমগ্ৰ বিশ্বতে ৮.৬৬ লাখ নতুন ৰোগী চিনাক্ত কৰা হৈছে, যাৰ ৪৬ শতাংশই হৈছে ভাৰতৰ।
    Published by:Kokil Sarma
    First published: