உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • COVID-19 in India: ২৪ ঘণ্টাত ৩.৪৯ লাখৰো অধিক লোক ক'ৰোনাত আক্ৰান্ত, সকলো ৰেকৰ্ড ভংগ কৰি ২৭৬৭ জনৰ মৃত্যু

    COVID-19 in India: ২৪ ঘণ্টাত ৩.৪৯ লাখৰো অধিক লোক ক'ৰোনাত আক্ৰান্ত, সকলো ৰেকৰ্ড ভংগ কৰি ২৭৬৭ জনৰ মৃত্যু

    Corona Cases in India: Health Ministryৰ মতে, দেশখনত এতিয়ালৈকে ১ কোটি ৪০ লাখ ৮৫ হাজাৰ ১১০ জন লোক সুস্থ হৈছে, বৰ্তমান ২৬ লাখ ৮২ হাজাৰ ৭৫১ জন সক্ৰিয় ক'ৰোনাত আক্ৰান্ত ৰোগী থকাৰ বিপৰীতে দেশত মৃত্যুৰ সংখ্যা এতিয়া ১ লাখ ৯২ হাজাৰ ৩১১ জনলৈ বৃদ্ধি পাইছে।

    • Share this:
    দেশত ক'ৰোনা ভাইৰাছৰ প্ৰকোপ প্ৰতিদিনে বৃদ্ধি পাইছে। দেশৰ অৱস্থা ইমানেই বেয়া যে প্ৰতিদিনে ক'ৰোনাৰ সংখ্যাই নতুন অভিলেখ সৃষ্টি কৰিছে। যোৱা ২৪ ঘণ্টাত ক'ৰোনাৰ মৃত্যুয়ে এতিয়ালৈকে সকলো অভিলেখ ভংগ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, নতুন ক'ৰোনা ৰোগীৰ খবৰ পোৱাৰ পিছত দেশত সংক্ৰমিত ৰোগীৰ মুঠ সংখ্যা ১ কোটি ৬৯ লাখ ৬০ হাজাৰ ১৭২লৈ বৃদ্ধি হৈছে। যোৱা ২৪ ঘণ্টাত, কৰোনা ভাইৰাছ সংক্ৰমণৰ ৩,৪৯,৬৯১ টা নতুন ঘটনা পোহৰলৈ আহিছে, আনহাতে ২৭৬৭ জন লোকৰ মৃত্যু হৈছে।

    Health Ministryৰ মতে, দেশখনত এতিয়ালৈকে ১ কোটি ৪০ লাখ ৮৫ হাজাৰ ১১০ জন লোক সুস্থ হৈছে, বৰ্তমান ২৬ লাখ ৮২ হাজাৰ ৭৫১ জন সক্ৰিয় ক'ৰোনাত আক্ৰান্ত ৰোগী থকাৰ বিপৰীতে দেশত মৃত্যুৰ সংখ্যা এতিয়া ১ লাখ ৯২ হাজাৰ ৩১১ জনলৈ বৃদ্ধি পাইছে।
    Published by:Kokil Sarma
    First published: