• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • COVID-19: দেশত সম্পূৰ্ণ লকডাউনৰ প্ৰয়োজন আছে নেকি? চৰকাৰে কি কয়?

COVID-19: দেশত সম্পূৰ্ণ লকডাউনৰ প্ৰয়োজন আছে নেকি? চৰকাৰে কি কয়?

photo (Reuters/14 April, 2020)

photo (Reuters/14 April, 2020)

ক'ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে লকডাউন সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দি নীতি আয়োগৰ সদস্য ভি কে পলে বুধবাৰে কয়, 'প্ৰয়োজন হ'লে সেই বিকল্পবোৰো আলোচনা কৰা হ'ব।'

  • Share this:
ক'ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌয়ে ভাৰতত ধ্বংসৰ সৃষ্টি কৰিছে। যোৱা কেইবাদিনো ধৰি ৩.৫০ লাখৰো অধিক নতুন ক'ৰোনা ৰোগীৰ খবৰ পোৱা গৈছে। আকৌ এবাৰ দেশজুৰি লকডাউন দিয়াৰ কথা বিভিন্ন মহলত আলোচনা হৈ আছে। ইফালে, চৰকাৰে কয় যে লকডাউনৰ দৰে পদক্ষেপৰ বিষয়ে সদায় আলোচনা হৈ আহিছে।

ক'ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে লকডাউন সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দি নীতি আয়োগৰ সদস্য ভি কে পলে বুধবাৰে কয়, 'প্ৰয়োজন হ'লে সেই বিকল্পবোৰো আলোচনা কৰা হ'ব। ২৯ এপ্ৰিলত, ৰাজ্যসমূহক এক বিতং নিৰ্দেশনা দিয়া হৈছে য'ত নিশাৰ কাৰফিউৰ পৰা আৰম্ভ কৰি ক'ৰোনা ভাইৰাছ শৃংখলা ভংগ কৰালৈকে নিষেধাজ্ঞাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।'
Published by:Kokil Sarma
First published: