ক’ৰোণা ভাইৰাছঃ ভাৰতত আক্ৰান্তৰ সংখ্যা ৯৩ জনলৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:March 15, 2020, 10:28 AM IST
ক’ৰোণা ভাইৰাছঃ ভাৰতত আক্ৰান্তৰ সংখ্যা ৯৩ জনলৈ বৃদ্ধি
সমগ্ৰ দেশতে জাৰি কৰা হৈছে হেল্থ এলাৰ্ট। বন্ধ কৰা হৈছে বিদেশ ভ্ৰমণ

সমগ্ৰ দেশতে জাৰি কৰা হৈছে হেল্থ এলাৰ্ট। বন্ধ কৰা হৈছে বিদেশ ভ্ৰমণ

  • Share this:
ভাৰতবৰ্ষত বৰ্তমানলৈকে ৯৩ জন লোকৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। ইতিমধ্যে ভাৰতবৰ্ষত ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৩জন ৰোগী। সমগ্ৰ বিশ্বতে ক’ৰোণা ভাইৰাছত এতিয়ালৈকে মৃত্যুৰ সংখ্যাই পাঁচ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে।

ইটালীত এতিয়াও আবদ্ধ হৈ আছে ২১১ জন ভাৰতীয় ছাত্ৰ। উত্তৰ পৰ্দেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজধানী দিল্লীৰ পৰা নয়দা লৈকে ১৫ এপ্ৰিল পৰ্যন্ত সকলো চিনেমা হ’ল বন্ধ ৰখাৰ নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে চৰকাৰে ৩১ মাৰ্চ লৈকে সকলো স্কুল–কলেজ বন্ধ ৰখাৰ নিৰ্দেশ দিছিল।
Published by: Himangshu Bhuyan
First published: March 15, 2020, 10:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading