உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • Covid-19 in India: বিগত ২৪ ঘণ্টাত দেশত ৰেকৰ্ডসংখ্যক ২০ লাখৰো অধিক লোকৰ ক'ভিড পৰীক্ষা, সুস্থ হোৱা লোকৰ হাৰ ৮৬শতাংশতকৈও অধিক।

    Covid-19 in India: বিগত ২৪ ঘণ্টাত দেশত ৰেকৰ্ডসংখ্যক ২০ লাখৰো অধিক লোকৰ ক'ভিড পৰীক্ষা, সুস্থ হোৱা লোকৰ হাৰ ৮৬শতাংশতকৈও অধিক।

    প্ৰতীকি ছবি: Shutterstock

    প্ৰতীকি ছবি: Shutterstock

    বিগত ২৪ ঘণ্টাত দেশত ২,৭৬,১১০ জন লোক ক'ভিডত আক্ৰান্ত হৈছে আৰু ৩,৮৭৪জন  লোকৰ মৃত্যু হৈছে। ইয়াৰ বিপৰীতে সুস্থ হৈছে ৩,৬৯,০৭৭জন লোক।

    • Share this:
    বিগত ২৪ ঘণ্টাত দেশত ২,৭৬,১১০ জন লোক ক'ভিডত আক্ৰান্ত হৈছে আৰু ৩,৮৭৪জন  লোকৰ মৃত্যু হৈছে। ইয়াৰ বিপৰীতে সুস্থ হৈছে ৩,৬৯,০৭৭জন লোক।

    সম্প্ৰতি দেশত ৩১লাখতকৈ অধিক লোক আক্ৰান্ত হৈ আছে। আনহাতে ২ কোটি ২৩লাখতকৈ অধিক লোক সুস্থ হৈছে। ২,৮৭,১২২ জন লোকৰ মৃত্যু হৈছে।বুধবাৰে দেশত ৰেকৰ্ডসংখ্যক ২০ লাখতকৈ অধিক লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। আক্ৰান্তৰ হাৰো দেশত পূৰ্বতকৈ বহু পৰিমাণে হ্ৰাস পাইছে। আনহাতে সুস্থ হৈছে দেশৰ ৮৬ শতাংশৰো অধিক ক'ভিড আক্ৰান্ত।
    Published by:Kokil Sarma
    First published: