ভাৰতত ক’ৰোণা ভাইৰাছৰ আতংক, আক্ৰান্ত দুজন লোক

News18 Assam | News18-Assam
Updated:March 2, 2020, 5:27 PM IST
ভাৰতত ক’ৰোণা ভাইৰাছৰ আতংক, আক্ৰান্ত দুজন লোক
চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোণা ভাইৰাছ এতিয়া আহি পালেহি ভাৰতবৰ্ষ

চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোণা ভাইৰাছ এতিয়া আহি পালেহি ভাৰতবৰ্ষ

  • Share this:
চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোণা ভাইৰাছ এতিয়া আহি পালেহি ভাৰতবৰ্ষ। দিল্লী আৰু তেলেংগনাৰ দুজন লোক আক্ৰান্ত হৈছে ক’ৰোণা ভাইৰাছত। ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা দিল্লীৰ ব্যক্তিজন কেইদিনমান পূৰ্বে ইটালীৰ পৰা আহিছিল। আনহাতে তেলেংগনাত ব্যক্তিগৰাকী  ডুবাইৰ পৰা আহিছিল। বৰ্তমান দুয়োজনকে চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে।
First published: March 2, 2020, 5:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading