দেশত ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ২৮ লৈ বৃদ্ধি, হাই এলাৰ্ট জাৰি

News18 Assam | News18-Assam
Updated:March 4, 2020, 1:38 PM IST
দেশত ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ২৮ লৈ বৃদ্ধি, হাই এলাৰ্ট জাৰি
স্বাস্থ্য মন্ত্ৰণালয়ে সমগ্ৰ দেশতে হাই এলাৰ্ট জাৰি কৰিছে।

স্বাস্থ্য মন্ত্ৰণালয়ে সমগ্ৰ দেশতে হাই এলাৰ্ট জাৰি কৰিছে।

  • Share this:
দেশজুৰি এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। স্বাস্থ্য মন্ত্ৰণালয়ে সমগ্ৰ দেশতে হাই এলাৰ্ট জাৰি কৰিছে। ইতিমধ্যে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱেল কোৰোণা ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ কাৰণে মঙলবাৰে পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। এই পৰ্যন্ত দেশৰ ২৮ জনলোক আক্ৰান্ত হৈছে ক’ৰোণা ভাইৰাছত।

তাৰে ভিতৰত– 

দিল্লী–এজন।

আগ্ৰা– ছজন।

জয়পুৰ– ১৭জন।

তেলেংগানা– ১জন।

কেৰালা– তিনিজন।

ইয়াৰ উপৰিও, ইটালীৰ পৰা অহা ১৬জন লোকৰ দেহত পোৱা গৈছে ক’ৰোণা ভাইৰাছ।  লগতে এজন ভাৰতীয় ড্ৰাইভাৰো আক্ৰান্ত হৈছে ক’ৰোণা ভাইৰাছত।
First published: March 4, 2020, 1:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading