কোৰোণা ভাইৰাছৰ আতংক : এতিয়া পথৰ ওপৰত থুৱালে ভৰিব লাগিব ১০০০ টকা জৰিমনা, ক’ত?

News18 Assam | News18-Assam
Updated:March 18, 2020, 3:18 PM IST
কোৰোণা ভাইৰাছৰ আতংক : এতিয়া পথৰ ওপৰত থুৱালে ভৰিব লাগিব ১০০০ টকা জৰিমনা, ক’ত?
মহাৰাষ্ট্রত এতিয়ালৈ ৪২জন লোকৰ দেহত ধৰা পৰিছে কোৰোণাৰ অৱস্থিতি।

মহাৰাষ্ট্রত এতিয়ালৈ ৪২জন লোকৰ দেহত ধৰা পৰিছে কোৰোণাৰ অৱস্থিতি।

  • Share this:
সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। বুধবাৰে পুনেত কোৰোণাত আক্ৰান্তৰ নতুন ঘটনা পোহৰলৈ অহাৰ পিছতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বি এম চিয়ে। মহাৰাষ্ট্রত এতিয়ালৈ ৪২জন লোকৰ দেহত ধৰা পৰিছে কোৰোণাৰ অৱস্থিতি।

এতিয়া বি এম চিয়ে কোৰোণাক লৈ গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা। এতিয়া মুম্বাইত পথৰ ওপৰত বা কোনো ৰাজহুৱা স্থানত থু পেলালে ১০০০ টকা জৰিমনা ভৰিব লাগিব। ইয়াৰ বাবে মাৰ্শ্বালে পথৰ ওপৰত নজৰ ৰাখিব।

কোৰোণা ভাইৰাছক লৈ ঙলবাৰে উদ্ধৱ থাকৰে চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ৰাজ্যৰ চৰকাৰী কাৰ্য়ালয়ত কোনো ছুটী ঘোষণা কৰা হোৱা নাই। যদি জনসাধাৰণে সংযম ৰক্ষা নকৰে আৰু অপ্ৰয়োজনীয় যাত্ৰাৰ পৰা বিৰত নাথাকে তেন্তে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ম।
Published by: Sanjay Kumar Das
First published: March 18, 2020, 3:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading