আবিষ্কাৰ হৈছে ক’ৰোণা ভাইৰাছৰ ভেকচিন! আমেৰিকাৰ গৱেষকে কৰিলে দাবী

News18 Assam | News18-Assam
Updated:March 18, 2020, 3:13 PM IST
আবিষ্কাৰ হৈছে ক’ৰোণা ভাইৰাছৰ ভেকচিন! আমেৰিকাৰ গৱেষকে কৰিলে দাবী
Source-Google

এই দাবী কৰিছে আমেৰিকাৰ এদল গৱেষকে।

  • Share this:
বিশ্বত্ৰাস সৃষ্টি কৰা ক’ৰোণা ভাইৰাছৰ ভেকচিন আবিষ্কাৰ! এই দাবী কৰিছে আমেৰিকাৰ এদল গৱেষকে। mRNA1273 নামৰ ভেকচিনে প্ৰতিৰোধ কৰিব ক’ৰোণা ভাইৰাছ। ইতিমধ্যে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত এই নতুন ভেকচিন আবিষ্কাৰ কৰা বুলি দাবী কৰিছে আমেৰিকাৰ গৱেষকে। গৱেষকৰ দাবী, এই ভেকচিন আগতীয়াকৈ ল’লে সংক্ৰমিত নহয় ক’ৰোণা ভাইৰাছ। কিন্তু এবাৰ আক্ৰান্ত হোৱাৰ পিছতে এই ভেকচিনেও প্ৰতিৰোধ কৰিব নোৱাৰিব ক’ৰোণা ভাইৰাছ।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading