কোৰোণা ভাইৰাছঃ ভাৰতবৰ্ষত মৃত্যুৰ সংখ্যা ৩ জনলৈ বৃদ্ধি হোৱাৰ সন্দেহ, ৭১ বছৰীয়া বয়োবৃদ্ধই ল’লে চিৰবিদায়

News18 Assam | News18-Assam
Updated:March 14, 2020, 7:43 PM IST
কোৰোণা ভাইৰাছঃ ভাৰতবৰ্ষত মৃত্যুৰ সংখ্যা ৩ জনলৈ বৃদ্ধি হোৱাৰ সন্দেহ, ৭১ বছৰীয়া বয়োবৃদ্ধই ল’লে চিৰবিদায়
কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে মহাৰাষ্ট্ৰৰ এগৰাকী বৃদ্ধ লোকে

কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে মহাৰাষ্ট্ৰৰ এগৰাকী বৃদ্ধ লোকে

  • Share this:
কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱাৰ সন্দেহ মহাৰাষ্ট্ৰৰ এগৰাকী বৃদ্ধ লোকে। কিছু দিন পূৰ্বে ছৌদি আৰৱলৈ গৈছিল বৃদ্ধ লোকজন। ছৌদি আৰৱৰ পৰা উভতি অহাৰ পিছতে লোকজনৰ দেহত কোৰোণা ভাইৰাছৰ অৱস্থিতি সন্দেহ কৰা হৈছিল হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে, ব্যক্তিজন মধুমেহ আৰু উচ্চ ৰক্তচাপ জনীত ৰোগতো আক্ৰান্ত আছিল।
Published by: Himangshu Bhuyan
First published: March 14, 2020, 7:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading