COVID-19: ভাৰতত আক্ৰান্তৰ সংখ্যা ৪১৫ লৈ বৃদ্ধি, ৭ জনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:March 23, 2020, 1:36 PM IST
COVID-19: ভাৰতত আক্ৰান্তৰ সংখ্যা ৪১৫ লৈ বৃদ্ধি, ৭ জনৰ মৃত্যু
ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি ৰাজ্যসমূহক ল’ক ডাউন কৰিবলৈ নিৰ্দেশ কেন্দ্ৰৰ

ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি ৰাজ্যসমূহক ল’ক ডাউন কৰিবলৈ নিৰ্দেশ কেন্দ্ৰৰ

  • Share this:
ভাৰতবৰ্ষত এতিয়া ক’ৰোণা ভাইৰাছৰ ত্ৰাস। প্ৰতি দিনেই দেশত বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। ভাৰতত বৰ্তমানলৈকে ৪১৫জন ৰোগীৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি।  ইতিমধ্যে ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈ সাত জন লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে।

ইফালে ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি দিল্লী, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, তেলেংগানা, ঝাৰখণ্ডত ৩১ মাৰ্চ লৈকে ল’ক ডাউন ঘোষণা কৰা হৈছে।

কোন খন জিলা হৈছে সৰ্বাধিক ক্ষতিগ্ৰস্ত


  • মহাৰাষ্ট্ৰত এতিয়ালৈকে ৮৯ জন লোক আক্ৰান্ত হৈছে ক’ৰোণা ভাইৰাছত।

  • কেৰালাত আক্ৰান্তৰ সংখ্যা এতিয়ালৈকে ৫২জন।

  • দিল্লীত ক’ৰোণাৰ আক্ৰান্তৰ সংখ্যা– ৩০ জন।


  • উত্তৰ প্ৰদেশত এতিয়ালৈকে ২৭জনৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি।

Published by: Himangshu Bhuyan
First published: March 23, 2020, 1:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading