ক’ৰোণা ভাইৰাছঃ ৰাজ্যজুৰি চেলুন, বিউটী পাৰ্লাৰ বন্ধৰ নিৰ্দেশ

News18 Assam | News18-Assam
Updated:March 18, 2020, 9:08 PM IST
ক’ৰোণা ভাইৰাছঃ ৰাজ্যজুৰি চেলুন, বিউটী পাৰ্লাৰ বন্ধৰ নিৰ্দেশ
দেশত এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস

দেশত এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস

  • Share this:
দেশত এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। অসমতো এতিয়া বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। ৰাজ্য চৰকাৰে ইতিমধ্যে সকলো স্কুল কলেজ, জিম, ছবিঘৰ ৩১ মাৰ্চ পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিছে।



ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি বুধবাৰে ৰাজ্য চৰকাৰে জাননীৰ জৰিয়তে  ক’ৰোণা সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা হিচাপে ৰাজ্যজুৰি চেলুন, বিউটী পাৰ্লাৰ বন্ধৰ নিৰ্দেশ দিছে। বন্ধ ঘোষণা বাৰ আৰু নাইট ক্লাব। দেশীয় সুৰাৰ বাৰো অনিৰ্দিষ্টকাললৈ বন্ধৰ নিৰ্দেশ দিয়া হৈছে।
Published by: Himangshu Bhuyan
First published: March 18, 2020, 9:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading