ক’ৰোণা ভাইৰাছৰ আতংক, হোলীৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰে প্ৰধানমন্ত্ৰী মোদীয়ে

News18 Assam | News18-Assam
Updated:March 4, 2020, 12:55 PM IST
ক’ৰোণা ভাইৰাছৰ আতংক, হোলীৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰে প্ৰধানমন্ত্ৰী মোদীয়ে
 উল্লেখ্য য, প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসমূহৰ সন্মতিত ২০১৫বৰ্ষত তিনিখন আঁচনিৰ তথ্য প্ৰকাশ কৰিছিল। এই আঁচনি দেশবাসীৰ ঘৰত থকা প্ৰায় ২৫,০০০ টন সোণ, সংস্থানসমূহৰ জৰিয়তে ফিজিকেল গল্ড ৰখা আৰু আমদানি হ্ৰাস কৰাৰ বিকল্প চিন্তাৰ সৈতে সম্পৰ্কিত। ইয়াৰ জৰিয়তে বিনিয়োগ বৃদ্ধিৰ চৰ্চা কৰা হৈছিল।

বিশ্বৰ প্ৰায় ৬০ খন দেশলৈ বিয়পি পৰিছে ক’ৰোণা ভাইৰাছ

  • Share this:
বিশ্বৰ প্ৰায় ৬০ খন দেশলৈ বিয়পি পৰিছে ক’ৰোণা ভাইৰাছ। তাৰ ভিতৰত অন্যতম ভাৰতবৰ্ষও। স্বাস্থ্য বিভাগে এতিয়া সমগ্ৰ দেশতে হাই এলাৰ্ট জাৰি কৰিছে। এতিয়ালৈকে সমগ্ৰ দেশত ২৮ টা ক’ৰোণা ভাইৰাছ কেছ পজিটিভ পোৱা গৈছে। সমগ্ৰ বিশ্বৰ বিশেষজ্ঞ সকলে জনবহুল সভাত অংশগ্ৰহণ কৰাতো বাধা আৰূপ কৰিছে।



সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া সতৰ্কতা অৱলম্বন কৰা হৈছে। এইবাৰ হোলীৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
Published by: Himangshu Bhuyan
First published: March 4, 2020, 12:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি