কৰোণা ভাইৰাছে বিপদত পেলাইছে ভাৰতক, ৮ হাজাৰ কোটি টকা লোকচান হোৱাৰ আশংকা

News18 Assam | News18-Assam
Updated:February 5, 2020, 6:00 PM IST
কৰোণা ভাইৰাছে বিপদত পেলাইছে ভাৰতক, ৮ হাজাৰ কোটি টকা লোকচান হোৱাৰ আশংকা
চীনত এতিয়া কৰোণা ভাইৰাছৰ সংহাৰী ৰূপ। ক্ৰমাৎ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে

চীনত এতিয়া কৰোণা ভাইৰাছৰ সংহাৰী ৰূপ। ক্ৰমাৎ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে

  • Share this:
চীনত এতিয়া কৰোণা ভাইৰাছৰ সংহাৰী ৰূপ। ক্ৰমাৎ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে। কিন্তু কৰোণা ভাইৰাছৰ প্ৰভাৱ এতিয়া চুৰাটৰ হীৰাৰ ব্যৱসায়তো পৰাৰ উপক্ৰম হৈছে।

চুৰাটৰ হীৰা উদ্যোগৰ আগন্তুক দুমাহত প্ৰায় ৮ হাজাৰ কোটি টকা লোকচান হোৱাৰ উপক্ৰম হৈছে। ইয়াৰ প্ৰধান কাৰণ হ’ল কৰোণা ভাইৰাছ। কৰোণা ভাইৰাছে তীব্ৰ ৰূপ ধাৰণ কৰাত হংকঙত এতিয়া জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। হংকঙ হ’ল চুৰাটৰ হীৰাৰ বজাৰখনৰ প্ৰধান ৰপ্তানীৰ বজাৰ। কিন্তু জৰুৰী অৱস্থাই এতিয়া সমস্যাত পেলাইছে হীৰাৰ ব্যৱসায়ত। কৰোণা ভাইৰাছৰ ফলত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে।
Published by: Himangshu Bhuyan
First published: February 5, 2020, 6:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি