এতিয়া সকলোৰে সময়েই সময়! ছলমান খানে যদি ঘৰত বহি ছবি আঁকিছে, কেটৰিণা কেঈফে আকৌ গানকে গাইছে! চাওক ভিডিঅ’

News18 Assam | News18-Assam
Updated:March 19, 2020, 1:31 PM IST
এতিয়া সকলোৰে সময়েই সময়! ছলমান খানে যদি ঘৰত বহি ছবি আঁকিছে, কেটৰিণা কেঈফে আকৌ গানকে গাইছে! চাওক ভিডিঅ’
সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক

সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক

  • Share this:
সমগ্ৰ বিশ্বতে এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। বিশ্বৰ প্ৰায় ১৭৩ খন দেশলৈ বিয়পি পৰিছে ক’ৰোণা ভাইৰাছ। ভাৰতবৰ্ষতো এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। প্ৰতিদিনেই ভাৰতবৰ্ষত বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। ভাৰতবৰ্ষত এই পৰ্যন্ত ১৮০তকৈও অধিক
লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। বলীউদতো এতিয়া পৰিছে ক’ৰোণা ভাইৰাছৰ প্ৰভাৱ। নিজৰ ঘৰতেই এতিয়া আবদ্ধ হৈ আছে বলীউডৰ তাৰকা সকল।

বলীউদৰ তাৰকাসকলৰ এতিয়া হাতত সময়েই সময়। ঘৰত বহি এতিয়া ছবি অঁকাত ব্যস্ত ছলমান খান।




 





View this post on Instagram





 

A post shared by Salman Khan (@beingsalmankhan) on Mar 18, 2020 at 5:08pm PDT






আনহাতে সূৰ্যবংশী ছবিৰ মুক্তিৰ দিন অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়াৰ পিছত ঘৰত বহিয়েই এতিয়া গীত গুণগুণাইছে অভিনেত্ৰী কেটৰিণা কেঈফে।



 




View this post on Instagram




 

Work in progress 🎸 sound coming soon in a few days 🔈 hopefully 🤦🏻‍♀️🤞can’t let down @ankurtewari 😇#staysafe


A post shared by Katrina Kaif (@katrinakaif) on Mar 18, 2020 at 8:50am PDT




আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading