ক’ৰোণাতংকঃ অনিৰ্দিষ্ট কাললৈ পিছুৱালে বিটিচি নিৰ্বাচন

News18 Assam | News18-Assam
Updated:March 20, 2020, 4:57 PM IST
ক’ৰোণাতংকঃ অনিৰ্দিষ্ট কাললৈ পিছুৱালে বিটিচি নিৰ্বাচন
সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস

সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস

  • Share this:
সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। অসমতো এতিয়া সামাজিক অনুষ্ঠান পৰাপক্ষত বৰ্জন কৰিবলৈ জনোৱা হৈছে আহ্বান। কিন্তু ইমানৰ পিছতো বড়ো ভুমিত পৰিষদীয় নিৰ্বাচনৰ বাবে তুংগত আছিল প্ৰচাৰ কাৰ্য। অহা ৪ এপ্ৰিলত বিটিচিৰ নিৰ্বাচনৰ ভোটগণনাৰ দিন আছিল। কিন্তু ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে নিৰ্বাচন। সংবাদমেল যোগে এই কথা জনাইছে  ৰাজ্যিক নিৰ্বাচন আয়োগৰ আযুক্ত আলোক কুমাৰে।
Published by: Himangshu Bhuyan
First published: March 20, 2020, 4:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading