• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • বৃহস্পতিবাৰে অসমত ক'ভিড-১৯ত আক্ৰান্ত ১৯৩১জন, প্ৰাণ হেৰুৱালে ১০জনে। সুস্থ হৈ উঠিল ৩৯৮জন।

বৃহস্পতিবাৰে অসমত ক'ভিড-১৯ত আক্ৰান্ত ১৯৩১জন, প্ৰাণ হেৰুৱালে ১০জনে। সুস্থ হৈ উঠিল ৩৯৮জন।

বিগত ২৪ ঘণ্টাত ৰাজ্যত ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ১৯৩১জন। বৃহস্পতিবাৰে মুঠ ৭৩,৪২৮জন লোকে ক'ভিড পৰীক্ষা কৰিছিল। আক্ৰান্তৰ হাৰ হৈছে ২.৬৩ শতাংশ। 

  • Share this:
অসমত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় আছে। বিগত ২৪ ঘণ্টাত ৰাজ্যত ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ১৯৩১জন। বৃহস্পতিবাৰে মুঠ ৭৩,৪২৮জন লোকে ক'ভিড পৰীক্ষা কৰিছিল। আক্ৰান্তৰ হাৰ হৈছে ২.৬৩ শতাংশ।

বিগত ২৪ ঘণ্টাত সৰ্বাধিক লোক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত। জিলাখনৰ ৬৮০জন লোক ক'ৰোনাত আক্ৰান্ত হয়। ডিব্ৰুগড় জিলাত ১৪৩জন, কামৰূপত ১৩৬জন আৰু নগাঁৱত ১০৩জন লোক আক্ৰান্ত হোৱাৰ খবৰ। আনহাতে মৃত্যু হোৱা ১০জনৰ ভিতৰত ৩জন কামৰূপ মহানগৰ জিলাৰ, দুজন কাৰ্বি আংলং জিলাৰ। বৰপেটা, ডিব্ৰুগড়, কৰিমগঞ্জ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাৰ এজনকৈ লোকৰ মৃত্যু হয়। সম্প্ৰতি ৰাজ্যত ক'ৰোনাৰ পৰা সুস্থ হোৱাৰ হাৰ হৈছে ৯৪.৩৪ শতাংশ।
Published by:Kokil Sarma
First published: