ক’ৰোণা ভাইৰাছৰ পৰা কিদৰে নিৰাপদে থাকিব? ভিডিঅ’ কৰি দেখুৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

News18 Assam | News18-Assam
Updated:March 18, 2020, 3:49 PM IST
ক’ৰোণা ভাইৰাছৰ পৰা কিদৰে নিৰাপদে থাকিব? ভিডিঅ’ কৰি দেখুৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি সকলোকে সজাগ, সচেতন হ’বলৈ জনাইছে আহ্বান

ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি সকলোকে সজাগ, সচেতন হ’বলৈ জনাইছে আহ্বান

  • Share this:
এইবাৰ নিজ ফেচবুক পেজ যোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেখুৱাইছে কিদৰে  ক'ৰোণা ভাইৰাছৰ পৰা নিৰাপদে থাকিব পাৰি। পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সজাগ হ'বলৈ কৈ এটা ভিডিঅ’ত নিজে হাত কিদৰে ধুৱ লাগে দেখুৱালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগত তেওঁ পেইজত লিখিছে, ‘ক'ৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিৰাপদে থাকিবলৈ হ'লে সঘনাই চাবোনেৰে ভালকৈ হাত ধোৱাটো অত্যন্ত প্ৰয়োজনীয়। মই সকলোকে আহ্বান জনাইছো যাতে আপোনালোকে হাত ধুই পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থকাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখে।’
Published by: Himangshu Bhuyan
First published: March 18, 2020, 3:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading