মুখ্যপৃষ্ঠা »খবৰ »Corona »CM Himanta Biswa Sarma : কোৰোণাৰ বিৰুদ্ধে যুঁজত আৰু এক অৰিহণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৩ লাখ টকা।

CM Himanta Biswa Sarma : কোৰোণাৰ বিৰুদ্ধে যুঁজত আৰু এক অৰিহণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৩ লাখ টকা।

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ নিজৰ জমা ধনৰ ২০০০ টকা আগবঢ়াইছিল মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ৱ শৰ্মাই।

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ নিজৰ জমা ধনৰ ২০০০ টকা আগবঢ়াইছিল মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ৱ শৰ্মাই।

  • Share this:
ৰাজ্যৰ ভয়ংকৰ কোভিড সংক্ৰমণৰ সৈতে যুঁজিবলৈ সন্মুখৰ পৰা নেতৃত্ৱ দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই নিজৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে ৩ লাখ টকা। এই ৩ লাখ টকাৰ সাহাৰ্য কোৰোণাৰ প্ৰতিষেধক ক্ৰয় কৰাত ব্যৱহাৰ কৰা হ'ব। এই কথা এক টুইটত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।



উল্লেখ্য যে কোৰোণাৰ প্ৰতিষেধক প্ৰদানৰ জড়িয়তে আনৰ জীৱন ৰক্ষাৰ আনন্দ লোৱাৰ আহ্বানেৰে এক জন আন্দোলন গঢ়ি তোলাৰ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই। এই জন আন্দোলনৰ অংশৰূপেই মুখ্যমন্ত্ৰীয়ে ৩ লাখ চকাৰ চেক প্ৰদান কৰা বুলি টুইটত উল্লেখ কৰিছে  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ।

শেহতীয়া বাতৰি