‘কৰোণা ভাইৰাছ পাপৰ ফল, ভগৱানৰ ওচৰত পাপৰ পৰাচিত কৰিলেই বাচি থাকিব পাৰিব’

News18 Assam | News18-Assam
Updated:March 14, 2020, 4:19 PM IST
‘কৰোণা ভাইৰাছ পাপৰ ফল, ভগৱানৰ ওচৰত পাপৰ পৰাচিত কৰিলেই বাচি থাকিব পাৰিব’
স্বয়ম্ভু চিকিত্‍সকৰ ৰূপত এইবাৰ ৰাখী সাৱন্ত

স্বয়ম্ভু চিকিত্‍সকৰ ৰূপত এইবাৰ ৰাখী সাৱন্ত

  • Share this:
কৰোণা ভাইৰাছক লৈ এতিয়া সমগ্ৰ বিশ্ববাসী চিন্তিত। প্ৰতিদিনেই ইখনৰ পৰা সিখন দেশলৈ বিয়পি পৰিছে কৰোণা ভাইৰাছ। ভাৰতবৰ্ষতো এতিয়া আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে কৰোণা ভাইৰাছে। এইবাৰ কৰোণা ভাইৰাছক লৈ অদ্ভুট মন্তব্য কৰিছে বলিউডৰ বিতৰ্কিত অভিনেত্ৰী ৰাখী সাৱন্তে।

এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাখী সাৱন্তে কৈছে যে, ‘প্লীজ প্লীজ, এবাৰ শুনক এই কথা খিনি। বহুতে কৈছে হাত ধোৱাৰ কথা, মুখ ধোৱাৰ কথা, নাক ধোৱাৰ কথা, আৰু ক’ব নোৱাৰো কি কি ধোৱাৰ কথা কৈছে। কিন্তু আত্মা কেনেকৈ চাফা কৰিব? আমি পাপ কৰিছো, সমগ্ৰ বিশ্বই পাপ কৰিছে। কৰোণা ভাইৰাছ ক’ৰ পৰা আহিছে? আমাক উচিত শিক্ষা দিবলৈকে পঠিয়াই দিয়া হৈছে কৰোণা ভাইৰাছ। গতিকে সোনকালে ভগৱানৰ চৰণত ধৰি পাপৰ পৰাচিত কৰক।




 





View this post on Instagram




 

Please please Suni lo meri baat


A post shared by Rakhi Sawant (@rakhisawant2511) on Mar 12, 2020 at 9:46pm PDT




আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading