உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • ULFA(I) Ceasefire : যুদ্ধবিৰতি ঘোষণা পৰেশ বৰুাৱৰ! সংবাদমাধ্যমলৈ পৰেশ বৰুাৱৰ বিবৃতি। যুদ্ধবিৰতিৰ কাৰণ কি?

    ULFA(I) Ceasefire : যুদ্ধবিৰতি ঘোষণা পৰেশ বৰুাৱৰ! সংবাদমাধ্যমলৈ পৰেশ বৰুাৱৰ বিবৃতি। যুদ্ধবিৰতিৰ কাৰণ কি?

    কোৰোণাৰ বাবে তিনি মাহৰ যুদ্ধবিৰতি ঘোষণা আলফা স্বাধীনৰ। আগন্তুক তিনিমাহৰ বাবে নচলায় কোনোধৰণৰ সামৰিক অভিযান।

    • Share this:
    কোৰোণাৰ বাবে তিনি মাহৰ যুদ্ধবিৰতি ঘোষণা কৰিলে আলফা স্বাধীনে। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ এই তিনিমহীয়া যুদ্ধবিৰতি উগ্ৰপন্থী সংগঠনটোৰ।

    আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুাৱাই সংবাদমাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি এই যুদ্ধবিৰতি ঘোষণা কৰে। আজিৰে পৰা আগন্তুক তিনিমাহলৈ সংগঠনটোৱে কোনোধৰণৰ সামৰিক অভিযান নচলায় বুলি একপক্ষীয়ভৱে ঘোষণা কৰিছে।

    বিবৃতিটোত সংগঠনটোৱে অভিযোগ কৰে যে কোৰোণা সৃষ্ট পৰিৱেশৰ সুযোগ লৈ দুষ্টচক্ৰই আলফা স্বাধীনৰ ভাৱমূৰ্তি কলংকিত কৰাৰ গোপন অভিসন্ধি ৰচিছে। সেয়ে সংগঠনটোৱে ঘোষণা কৰিছে তিনিমহীয়া যুদ্ধবিৰতি।
    Published by:Manjumoni Borah
    First published: